विशेष

जंगल के सुअर की कहानी : বন গাহৰিৰ সাধু

দিদে হোটেল dide HOTEL
================
বন গাহৰিৰ সাধু ।
একলাখ টকাৰ দৰমহা আৰু পণ্চাচ্ হাজাৰ টকাৰ অনান‍্য সা-সুবিধা । এৰি গূছি আহিল ৰংমন । ষোল্ল বিঘা মাটি । এক হাজাৰ গাহৰি পোহাৰ সপোন । অভিজ্ঞ বেংকাৰ হিচাপে তিনি তৰপিয়া সুৰক্ষা । এখন সৰু হোটেল । গাহৰিত বিফল হ’লে হোটেলে চলাব । হোটেল বিফল হ’লে গুৱাহাটীৰ মাটিখিনি বেছা যাব ।
ঠিকেই আছিল সকলো । ইতিমধ্যে তিনি চাৰি শ মান গাহৰি হৈছিল । হোটেলৰো বিক্ৰী ভাল । ৰংমনক এইবাৰ বাধা দিয়ে কোনে । এৰি দিলে । দেৰলাখ টকীয়া চাকৰিটো এৰি দিলে । তিনিশ গাহৰিক হাজাৰ কৰাৰ মন । বচেৰেকত এক কোটি টকাৰ গোলাপী সপোন ।
গ’ল । তিনিশৰ এটাও নাথাকিল । গাহৰি জ্বৰত সকলো গ’ল । চাকৰি এৰাৰ এমাহ হৈছিলহে মাথো । তাৰ পাঁচ মাহৰ পাছতে লকডাউন । হোটেল বন্ধ । মাটি কিনা মানুহো নোহোৱা হ’ল । দেৰলাখ টকীয়া ৰংমনক দেৰটকাইও ইতিকিং কৰা হ’ল ।
ৰংমনে আজি দ্বিতীয়খন হোটেল খুলিছে । বহু দিনৰ মূৰত ৰংমনে আজি হাঁহিছে । প্ৰথম হোটেলখনৰ নিমিলা অংক । লকডাউনৰ পাছত কৰা বিভিন্ন ব‍্যৱসায়ৰ ধাৰাবাহিক বিফলতা । যোৱা তিনিটা বছৰ এটা বেজাৰ মন লৈহেযে ৰংমন জীয়াই আছিল নিজে গমেই পোৱা নাছিল । আজি কিন্তু ৰংমনৰ মূখত হাঁহি ।
দ্বিতীয়খন হোটেল খোলাৰ দিন । সাহস দিবলৈ সুদুৰ তেজপূৰৰ পৰা আহিছে চাত্ৰ জীৱনৰ জেষ্ঠ আৱাসী সত‍্যদা আৰু অনিদা । চাংঘৰৰ টেবুলত অনিদাই ৰংমনক কৈছে ….
-অই, বন গাহৰিৰ সাহস কেনেকুৱা জাননে ? ৰংমন নিৰৱ হৈ বহি আছে । অনিদাই আকৌ কবলৈ আৰম্ভ কৰিলে….
-শুন । বন গাহৰিৰ ইমানেই সাহস যে তই যদি যাঠি এদাল লৈ তাৰ ফালে টোৱাই থৱ, সি আহি যাঠি দালৰ জোংটোতে তাৰ মোৰটো ঘচককৈ খুন্দিয়াই দিবহি । তোৰ সাহসটোও তেনেকোৱাই অ’ । চাকৰি এৰি ব‍্যৱসায়…
-হাঁ-হাঁ-হাঁ…বন গাহৰিৰ সাহস…হাঁ-হাঁ-হাঁ…
ৰংমনে আজি বহু দিনৰ মূৰত সজোৰে হাঁহিলে ।

जंगल के सुअर की कहानी।
एक लाख रुपए वेतन पचास हजार रुपए अनूठी सुविधाएं रंगमोन छोड़ के आ गया। सोलह एकड़ जमीन। एक हजार सूअरों को खाने का सपना। एक अनुभवी बैंकर के रूप में तीन तरपिया सुरक्षा। एक छोटा सा होटल सुअर फेल हो गया तो होटल चलेगा। होटल फेल हुआ तो गुवाहाटी की जमीन बिक जाएगी।
सब कुछ सही था पहले से ही 3 से चार सौ सूअर हो चुके हैं। होटल भी बिक्री के लिए अच्छे हैं। इस बार रंगमोन को कौन रोकेगा। हार मान ली। एक लाख रुपये की नौकरी छोड़ दी मैं तीन सौ सूअरों को हजार बनाना चाहता हूँ। बोचरेक में एक करोड़ रुपये का पिंक ड्रीम
ये तो चला गया। तीन सौ में से एक भी नहीं। सभी सूअर का मांस बुखार में चले गए। एक महीना ही हुआ है नौकरी छोडे हुए। पांच महीने बाद लॉकडाउन होटल बंद है। जमीन खरीदने वाले लोग नहीं हैं। डेढ़ लाख का रंगमोन भी देर टका ने छेड़ा
रंगमोन ने आज अपना दूसरा होटल खोला है। बहुत दिनों बाद आज रंगमोन मुस्कुरा रहा है। पहले होटल का निमिला गणित। लॉकडाउन के बाद विभिन्न व्यवसायों की लगातार विफलता। पता ही नहीं चला कि रंगमोन पिछले तीन साल से बुरे दिमाग से जिंदा था। आज पर रंगमान के चेहरे पर मुस्कान।
दूसरा होटल उद्घाटन दिन। छत्र जीवन के ज्येष्ठ निवासी सत्यदा और अनिदा तेजपुर से साहस देने आये हैं। अनिदा संघार की मेज पर रंगमोन बता रही है….
-ओई, क्या आप वन सुअर की हिम्मत जानते हैं? मन रंगीन बैठे है चुप चाप अनिदा फिर से कहने लगी है….
– सुनो। जंगल के सुअर की इतनी हिम्मत है कि गाड़ी लेकर उस पर लगा दो तो वो आकर गाड़ी के ठेले में अपनी खान नोच लेगा। आपकी हिम्मत भी ऐसी ही है। नौकरी छोड़कर व्यापार पर जा रहे हैं…
-हाँ-हाँ-हाँ-हाँ… जंगल के सुअर का साहस… हां हां हां हां…
रंगमैन बहुत जोर से हँसे लंबे समय के बाद।

डिस्क्लेमर : लेख फेसबुक से प्राप्त है, बंगाली भाषा से हिंदी में गूगल टूल के ज़रिये अनुवाद किया है, लेखक के निजी विचार हैं तीसरी जंग हिंदी का कोई सरोकार नहीं है